ন বিজেপিয়ে গুৰুত্বহীন কৰিছে পুৰণি কৰ্মীক, ন বিজেপিয়ে দলটো দখল কৰিছে, বঞ্চিত কৰা হৈছে ২৫-৩০ বছৰ কাম কৰা কৰ্মীক, মোৰ নেতৃত্বত ইয়াৰ বিৰোধিতা অসমত কৰি যামঃ ৰাজেন গোহাঁই।